এয়াৰলাইন এলাইড ছাৰ্ভিচেছত পদখালী

এয়াৰলাইন এলাইড ছাৰ্ভিচেছে ট্ৰানজিচন কমাণ্ডাৰ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
এয়াৰলাইন এলাইড ছাৰ্ভিচেছত পদখালী

খালী পদৰ সংখ্যাঃ ১৮টা।

বয়সৰ সীমাঃ সৰ্বোচ্চ ৫৩ বছৰ।

দৰমহাঃ ৪ লাখ ৭০ হেজাৰ টকা।

নিযুক্তিৰ স্থানঃ নতুন দিল্লী, কলকাতা, হায়দৰাবাদ, বাংগালুৰু ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৮-০৯-২০২০।

প্ৰাৰ্থী বাছনিঃ সাক্ষাতকাৰ।

আবেদনৰ নিয়মঃ এ এ এছ এলৰ ৱেবছাইট http://airindia.inচাওক।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com