চাকৰি

আই আই টি গুৱাহাটীত সহকাৰী প্ৰকল্প অভিযন্তাৰ প্ৰয়োজন

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ১টা।

দৰমহাঃ মাহিলী ৩০হেজাৰ টকাৰ পৰা ৩৯হেজাৰ টকা।

নিযুক্তিৰ স্থানঃ গুৱাহাটী।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩১-০৭-২০২০।