চাকৰি

ডাক বিভাগত এম টি এছ নিযুক্তি

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ৪৫টা।

দৰমহাঃ মাহিলী ১৮ হেজাৰ টকাৰ পৰা ৪৫হেজাৰ টকা।

নিযুক্তিৰ স্থানঃআহমেদাবাদ।

বয়সৰ সীমাঃ সৰ্বোচ্চ ৩৫ বছৰ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩১-০৭-২০২০।

সবিশেষ জানিবলৈ https://www.indiapost.gov.in/VAS/Pages/Recruitment/1384_10_2020.pdf চাওক।