চাকৰি

ভাৰতীয় বায়ু সেনাত নিযুক্তি ২০২০

Sentinel Digital Desk

ভাৰতীয় বায়ু সেনাত নিযুক্তি ২০২০

ভাৰতীয় বায়ু সেনাত অসম,অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা আদি ৰাজ্যৰ পৰা ভাৰতীয় অবিবাহিত পুৰুষ /নেপালি গোষ্ঠী নাগৰিকত্বৰ যুৱক ক এয়াৰমেন ৰ বাবে প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

পদৰ নাম: এয়াৰমেন গ্ৰুপ 'Y' (NON-TECHNICAL)

ৰাজ্য: অসম,অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা।

বয়স: প্ৰাৰ্থীৰ ৰ জন্মৰ সময় ১৭ জানুৱাৰী ২০০০ ৰ পৰা ৩০ জানুৱাৰী ২০০৩ ৰ ভিতৰত হব লাগিব।

শিক্ষাগত অৰ্হতা: ১০+২/ হাই স্কুল অথবা সম পৰ্যায়ৰ পৰীক্ষাত যিকোনো শাখা ত উত্তীর্ণ / কেন্দ্রৰ অনুমোদিত বিষয়/ ৰাজ্যিক শিক্ষা বৰ্ড ৰ পৰা নূন্যতম ৫০% নম্বৰত উত্তীর্ণ

অথবা

দুবছৰীয়া বৃত্তিমূলক পাঠ্যক্ৰম , COBSE ৰ পৰা নূন্যতম ৫০% নম্বৰ লগতে ৫০% নম্বৰ ইংৰাজী বৃত্তিমূলক পাঠ্যক্ৰম/ মেট্ৰিক।

দৰমহা: ট্ৰেইনিংৰ সময়ত ১৪,৬০০/- টকা প্ৰতি মাহ, ট্ৰেইনিং সম্পূর্ণ হোৱাৰ পিছত মিলিটেৰী চাৰ্ভিচ পে(MSP) প্ৰতিমাহে ২৬,৯০০/-টকা দিয়া হব। স্পেচিয়েল ফৰ্চৰ (SF) {IAF(S) ৰ ভাত্তা ১৭,৩০০/- টকা।

স্থান: Near Lake Gate, Air Force Station Borjhar, Guwahati (Assam)

ৰেলীৰ তাৰিখ : ১৬/০২/২০২০ ৰ পৰা ২১/০২/২০২০

প্ৰয়োজনীয় নথিপত্ৰ/সামগ্ৰী:

১/HB পেন্সিল, ইৰেজাৰ, চাৰ্পনাৰ, গ্লু-ষ্টিক, ষ্টেপলাৰ,কলা/নীলা ৰঙৰ কলম,

২/ ৭খন পাছপোর্ট ফটো (ব্লেক শ্লেটত নাম আৰু ফটো উঠাৰ তাৰিখৰ সৈতে ফটো উঠিব লাগিব)

৩/স্ব-স্বাক্ষৰিত নথিপত্ৰ( জন্মৰ প্ৰমানপত্ৰৰ বাবে)

৪/স্ব-স্বাক্ষৰিত হাই চেকেণ্ডাৰী চাৰ্টিফিকেট আৰু মাৰ্কশ্বীট

৫/Original and four self-attested photocopies of Domicile Certificate (or) Original and four self-attested photocopies of duly filled Son of Air Force Personnel (SOAFP) Certificate (format available on AFNET CASB webpage) for Sons of Serving Air Force Personnel (or) Original and four self-attested photocopies of Service Book/Discharge Book/Causality Service Certificate/Service Particular certificate (issued from DPO-3/DAV, as applicable) in case of Officer/Airmen/NCs(E) and a certificate duly signed by OIC Civil Admin and countersigned by CO/C Adm O of the last served unit, in case of civilians for sons of retired/deceased/discharged Air Force Personnel and proof of minimum stay of one year as per Para 5 (d) above.

৬/ইণ্ডিয়ান আৰ্মি/ইণ্ডিয়ান নেভী/অন্য গৰ্ভমেন্ট অৰগেনাইজেচনত নিযুক্তি নোহোৱা প্ৰাৰ্থীসকলৰ ডিসচার্জ চাৰ্টিফিকেট

৭/NOC

৮/ ৪খন NCC 'A', 'B' or 'C' চাৰ্টিফিকেট (স্ব-স্বাক্ষৰিত)

অধিক তথ্য জানিবৰ বাবে , PRESIDENT, CENTRAL AIRMEN SELECTION BOARD, BRAR SQUARE, DELHI CANTT, NEW DELHI –110010, TELEPHONE NO. 011- 25694209 /25699606 AND e-mail : casb@iaf.nic.in / casbiaf@cdac.in OR COMMANDING OFFICER, 11 AIRMEN SELECTION CENTRE, VIP CHOWK, BORJHAR, GUWAHATI, ASSAM -781015, TELE: 0361- 2842720 (Direct), Extn: 333 E-MAIL: co.11asc-as@gov.in .

ৰেলী তাৰিখ: 16/02/2020

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click here