চাকৰি

ভাৰতীয় সেনাত টেকনিকেল এন্ট্ৰী স্কীমত নিযুক্তি

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ৯০টা।

বয়সৰ সীমাঃ ১৬ বছৰ ৬ মাহৰ পৰা ১৯ বছৰ ৬মাহ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০৯-০৯-২০২০।

প্ৰাৰ্থী বাছনিঃ সাক্ষাতকাৰ

আগ্ৰহী প্ৰাৰ্থীয়ে www.joinindianarmy.nic.in-ৰ জৰিয়তে আবেদন জনাব পাৰে।