Begin typing your search above and press return to search.
জিলা স্বাস্থ্য-পৰিয়াল কল্যাণ সমিতিত পদখালী
জিলা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ সমিতিয়ে নিম্নোক্ত পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

পদৰ নামঃ Phlebotomist।
খালী পদৰ সংখ্যাঃ ৭টা।
বয়সৰ সীমাঃ ০১-০১-২০২০-ত সৰ্বোচ্চ ৪০ বছৰ।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৬—০৮-২০২০।
নিযুক্তিৰ স্থানঃ ঝাৰগ্ৰাম।
প্ৰাৰ্থী বাছনিঃ মৌখিক সাক্ষাতকাৰ।
আবেদনৰ নিয়মঃ অহা ২৬ আগষ্টৰ পুৱা ১০-৩০ বজাৰ পৰা CMOH & Secretary, District Health & Family Welfare Samiti, Jhargram, P.O: Raghunathpur, PIN: 721507 –ত মৌখিক সাক্ষাতকাৰ অনুষ্ঠিত হব।
সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।
আৰু চাব পাৰেঃ তামিলনাডু কৃষি বিশ্ববিদ্যালয়ত এছ আৰ এফ মকৰল
Next Story