জিলা স্বাস্থ্য-পৰিয়াল কল্যাণ সমিতিত পদখালী

জিলা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ সমিতিয়ে নিম্নোক্ত পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
জিলা স্বাস্থ্য-পৰিয়াল কল্যাণ সমিতিত পদখালী

পদৰ নামঃ Phlebotomist।

খালী পদৰ সংখ্যাঃ ৭টা।

বয়সৰ সীমাঃ ০১-০১-২০২০-ত সৰ্বোচ্চ ৪০ বছৰ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৬—০৮-২০২০।

নিযুক্তিৰ স্থানঃ ঝাৰগ্ৰাম।

প্ৰাৰ্থী বাছনিঃ মৌখিক সাক্ষাতকাৰ।

আবেদনৰ নিয়মঃ অহা ২৬ আগষ্টৰ পুৱা ১০-৩০ বজাৰ পৰা CMOH & Secretary, District Health & Family Welfare Samiti, Jhargram, P.O: Raghunathpur, PIN: 721507 –ত মৌখিক সাক্ষাতকাৰ অনুষ্ঠিত হব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com