তামিলনাডু কৃষি বিশ্ববিদ্যালয়ত এছ আৰ এফ মকৰল

তামিলনাডু কৃষি বিশ্ববিদ্যালয়ে ছিনিয়ৰ ৰিচাৰ্ছ ফেলো(এছ আৰ এফ) নিয়োগৰ বাবে আবেদন বিচাৰিছে।
তামিলনাডু কৃষি বিশ্ববিদ্যালয়ত এছ আৰ এফ মকৰল
Published on: 

খালী পদৰ সংখ্যাঃ ২১টা।

মৌখিক সাক্ষাতকাৰৰ তাৰিখঃ ১৮ আগষ্ট, ২৪ আগষ্ট আৰু ২৫ আগষ্ট।

নিযুক্তিৰ স্থানঃ তামিলনাডু।

দৰমহাঃ মাহিলী ২৫ হেজাৰ টকাৰ পৰা ৩১ হেজাৰ টকা।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com