Begin typing your search above and press return to search.
নাৰ্ছ নিযুক্তিৰ বাবে টাটা মেমোৰিয়েল হাস্পতালৰ আবেদন আহ্বান
টাটা মেমোৰিয়েল হাস্পতালে নাৰ্ছ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

খালী পদৰ সংখ্যাঃ ৫০টা।
বয়সৰ সীমাঃ সৰ্বোচ্চ ৪০ বছৰ।
নিযুক্তিৰ স্থানঃ মুম্বাই।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৭-০৮-২০২০।
দৰমহাঃ দুবছৰৰ কৰ্ম অভিজ্ঞতা থকা জি এন এম নাৰ্ছৰ মাহিলী মুঠ দৰমহা ৩২ হেজাৰ টকা। বি এছ চি(নাৰ্ছিং)-ৰ মুঠ মাহিলী দৰমহা ৩৪ হেজাৰ টকা। অন্যান্যসকলৰ ৩২ হেজাৰ টকা।
প্ৰাৰ্থী বাছনিঃ অনলাইন সাক্ষাতকাৰ।
নিযুক্তিৰ নিয়মঃ মুম্বাই- নবী মুম্বাইৰ আগ্ৰহী প্ৰাৰ্থীয়ে Nursing Office, 10th Floor, Annexe Buidling , Tata Memorial Hospital , Dr. E. Borges Marg, Parel Mumbai – 400 012-ত সাক্ষাতকাৰত অৱতীৰ্ণ হব পাৰে।
সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।
আৰু চাব পাৰেঃ মধ্য ৰেলৱেত চিকিত্সক নিযুক্তি
Next Story