খালী পদৰ সংখ্যাঃ ১টা।
বয়সৰ সীমাঃ ২৯-০৭-২০২০ত সৰ্বোচ্চ ৩৫বছৰ।
দৰমহাঃ মাহিলী ৪৫ হেজাৰ টকা।
নিযুক্তিৰ স্থানঃ নতুন দিল্লী।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০৩-০৮-২০২০।
প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াঃ ভিডিঅ কনফাৰেন্সিঙৰ জৰিয়তে সাক্ষাতকাৰ।
আবেদনৰ নিয়মঃ আগ্ৰহী আৰু অৰ্হতাসম্পন্ন প্ৰাৰ্থীয়ে অহা ৩ আগষ্টৰ বিয়লি পাঁচ বজাৰ পূৰ্বে পোৱাকৈ debmnre@gmail.comলৈ বায়োডাটা প্ৰেৰণ কৰিব পাৰিব।
সবিশেষ জানিবলৈ http://iimc.nic.in/WhatsNews_Description.aspx?News_id=50736 চাওক।
আৰু চাব পাৰেঃ ভাৰতীয় তীখা প্ৰাধিকৰণ (SAIL)ত বিশেষজ্ঞৰ পদখালী