ভাৰতীয় তীখা প্ৰাধিকৰণ (SAIL)ত বিশেষজ্ঞৰ পদখালী

ভাৰতীয় তীখা প্ৰাধিকৰণৰ ৰুৰকেল্ল তীখা ক্ষেত্ৰই বিশেষজ্ঞ (স্পেচিয়েলিষ্ট) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
ভাৰতীয় তীখা প্ৰাধিকৰণ (SAIL)ত বিশেষজ্ঞৰ পদখালী

খালী পদৰ সংখ্যাঃ ৭টা।

বয়সৰ সীমাঃ ৩০-০৭-২০২০ত সৰ্বোচ্চ ৬৯বছৰ।

দৰমহাঃ ১,২০,০০০টকা।

নিযুক্তিৰ স্থানঃ ৰুৰকেল্লা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৮-০৮-২০২০।

প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াঃ কেৱল অনলাইনত সাক্ষাতকাৰ অনুষ্ঠিত হব।

আবেদনৰ নিয়মঃ আগ্ৰহী আৰু অৰ্হতাসম্পন্ন প্ৰাৰ্থীয়ে শিক্ষাগত, বয়স আদিৰ প্ৰমাণপত্ৰৰ কপিৰ সৈতে আবেদন পত্ৰ recruitment.rsp@sail.in

লৈ প্ৰেৰণ কৰিব লাগিব। আবেদন ৩ আগষ্টৰ পৰা প্ৰেৰণ কৰিব পাৰিব।

সবিশেষ জানিবলৈ  https://www.sailcareers.com/media/uploads/FULL_ADVT_CONTRACTUAL_DOCTOR.pdf চাওক।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com