পদৰ নামঃ সাধাৰণ কৰ্তব্যৰ চিকিৎসা বিষয়া ৷
খালী পদৰ সংখ্যাঃ ১৪টা ৷
মৌখিক সাক্ষাৎকাৰৰ তাৰিখঃ ২৪ আৰু ২৫ছেপ্টেম্বৰ ৷
শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী ভাৰতীয় চিকিৎসা পৰিষদ আইন, ১৯৫৬ৰ তৃতীয় অনুসূচী অনুসৰি শিক্ষিত হ'ব লাগিব ৷
সাক্ষাৎকাৰৰ স্থানঃ Directorate General, Indo Tibetan Border Police Force, Ministry of Home Affairs/Govt. Of India, Sector-1, West Block-1, Ground Floor, R.K. Puram, New Delhi - 110066।
সাক্ষাৎকাৰলৈ অহাৰ বাবে কোনো টি এ/ডি এ দিয়া নহ'ব ৷
আৰু চাব পাৰেঃ ৰাধা গোৱিন্দ বৰৱা কলেজত ইংৰাজীৰ সহকাৰী অধ্যাপক নিযুক্তি