ৰাধা গোৱিন্দ বৰৱা কলেজত ইংৰাজীৰ সহকাৰী অধ্যাপক নিযুক্তি

গুৱাহাটীৰ ৰাধা গোৱিন্দ বৰুৱা মহাবিদ্যালয়ে ইংৰাজীৰ সহকাৰী অধ্যাপক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে ৷
ৰাধা গোৱিন্দ বৰৱা কলেজত ইংৰাজীৰ সহকাৰী অধ্যাপক নিযুক্তি

খালী পদৰ সংখ্যাঃ দুটা ৷ ইয়াৰে এটা পদ অ' বি চি/এম অ' বি চি প্ৰাৰ্থীৰ বাবে সংৰক্ষিত ৷

দৰমহাঃ মাহিলী ৫৭, ৭০০টকাৰ পৰা ১, ৮২, ০০০টকা আৰু লগতে অন্যান্য ভাট্টা।

শিক্ষাৰ অৰ্হতাঃ স্নাতকোত্তৰ ডিগ্ৰীত ন্যূনতম ৫৫শতাংশ নম্বৰ লাভ কৰা হ'ব লাগিব ৷ অৱশ্যে এছ চি-এছ টি প্ৰাৰ্থীয়ে ৫০শতাংশ নম্বৰ লাভ কৰিলেও হ'ব ৷ নে'ট/স্লেট বা পি এইচ ডি থাকিব লাগিব ৷

বয়সৰ সীমাঃ ০১-০২-২০২০-ত সৰ্বোচ্চ ৩৮বছৰ ৷ অৱশ্যে সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে চৰকাৰী নিয়মানুসৰি বয়স ৰেহাই পাব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২১-০৯-২০২০৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com