Begin typing your search above and press return to search.

ব্লাড বেংক টেকনিচিয়ান নিযুক্তিৰ বাবে স্বাস্থ্য সঞ্চালকালয়ৰ আবেদন আহ্বান

বিভিন্ন জিলা আৰু মহকুমা বিভিন্ন চিকিৎসালয়ত ব্লাড বেংক টেকনিচিয়ান নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে ৷

ব্লাড বেংক টেকনিচিয়ান নিযুক্তিৰ বাবে স্বাস্থ্য সঞ্চালকালয়ৰ আবেদন আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2020-09-09T17:39:32+05:30

খালী পদৰ সংখ্যাঃ ১১টা ৷

দৰমহাঃ মাহিলী ১৪হেজাৰ টকাৰ পৰা ৬০, ৫০০টকা ৷

শিক্ষাগত অৰ্হতাঃ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ আৰশ লগতে চৰকাৰী স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা পৰীক্ষাগাৰ টেকনিচিয়ানৰ ডিপ্ল'মা বা চাৰ্টিফিকেট থকা হ'ব লাগিব ৷

বয়সৰ সীমাঃ নূন্যতম ১৮বছৰ আৰু সৰ্বোচ্চ ৪০বছৰ ৷

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৪-০৯-২০২০৷

আবেদনৰ নিয়মঃ অনলাইন আবেদন www.dhs.assam.gov.in-ত অহা ২৪ছেপ্টেম্বৰলৈকে উপলব্ধ হ'ব ৷

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক ৷

উত্তৰ-পূব সীমান্ত ৰেলৱেত এপ্ৰেণ্টিচ নিযুক্তি

Next Story