ব্লাড বেংক টেকনিচিয়ান নিযুক্তিৰ বাবে স্বাস্থ্য সঞ্চালকালয়ৰ আবেদন আহ্বান

বিভিন্ন জিলা আৰু মহকুমা বিভিন্ন চিকিৎসালয়ত ব্লাড বেংক টেকনিচিয়ান নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে ৷
ব্লাড বেংক টেকনিচিয়ান নিযুক্তিৰ বাবে স্বাস্থ্য সঞ্চালকালয়ৰ আবেদন আহ্বান

খালী পদৰ সংখ্যাঃ ১১টা ৷

দৰমহাঃ মাহিলী ১৪হেজাৰ টকাৰ পৰা ৬০, ৫০০টকা ৷

শিক্ষাগত অৰ্হতাঃ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ আৰশ লগতে চৰকাৰী স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা পৰীক্ষাগাৰ টেকনিচিয়ানৰ ডিপ্ল'মা বা চাৰ্টিফিকেট থকা হ'ব লাগিব ৷

বয়সৰ সীমাঃ নূন্যতম ১৮বছৰ আৰু সৰ্বোচ্চ ৪০বছৰ ৷

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৪-০৯-২০২০৷

আবেদনৰ নিয়মঃ অনলাইন আবেদন www.dhs.assam.gov.in-ত অহা ২৪ছেপ্টেম্বৰলৈকে উপলব্ধ হ'ব ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com