Begin typing your search above and press return to search.

উত্তৰ-পূব সীমান্ত ৰেলৱেত এপ্ৰেণ্টিচ নিযুক্তি

উত্তৰ-পূব সীমান্ত ৰেলৱে (এন এফ)-ই এপ্ৰেণ্টিচ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে ৷

উত্তৰ-পূব সীমান্ত ৰেলৱেত এপ্ৰেণ্টিচ নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 Sep 2020 1:55 PM GMT

খালী পদৰ সংখ্যাঃ ৪, ৪৯৯টা৷

কেৱল অনলাইন আবেদনহে গ্ৰহণ কৰা হ'ব ৷

বয়সৰ সীমাঃ প্ৰাৰ্থীয়ে ২০২০ৰ এক জানুৱাৰীত ১৫বছৰ পূৰ্ণ কৰিব লাগিব ৷ কিন্তু ২৪বছৰতকৈ অধিক হ'ব নালাগিব ৷

নিযুক্তিৰ স্থানঃ বঙাইগাঁও, ডিব্ৰুগড়, তিনিচুকীয়া, কামৰূপ, কাটিহাৰ, আলিপুৰদুৱাৰ আৰু হোজাই ৷

শিক্ষাগত অৰ্হতাঃ ন্যূনতম ৫০শতাংশ নম্বৰসহ হাইস্কুল শিক্ষান্ত উত্তীৰ্ণ হ'ব লাগিব। তদুপৰি আই টি আই চাৰ্টিফিকেট থাকিব লাগিব ৷

আবেদনৰ মাচুলঃ এশ টকা ৷ অৱশ্যে এছ চি/এছ টি/শাৰীৰিকভাবে অক্ষম আৰু মহিলা প্ৰাৰ্থীয়ে মাচুল দিব নালাগে ৷

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৫-০৯-২০২০ ৷

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক ৷

আৰু পঢ়িব পাৰেঃ কোম্পানী ছেক্ৰেটাৰী নিযুক্তিৰ বাবে পাৱাৰগ্ৰীডৰ আবেদন আহ্বান

Next Story
চাকৰি