Begin typing your search above and press return to search.
কোম্পানী ছেক্ৰেটাৰী নিযুক্তিৰ বাবে পাৱাৰগ্ৰীডৰ আবেদন আহ্বান
গুৱাহাটীত কোম্পানী ছেক্ৰেটাৰী নিযুক্তিৰ বাবে পাৱাৰগ্ৰীডে আবেদন বিচাৰিছে।

খালী পদৰ সংখ্যাঃ ০৫টা।
দৰমহাঃ মাহিলী ৩০ হেজাৰ টকাৰ পৰা ১ লাখ ২০ হেজাৰ টকা।
বয়সৰ সীমাঃ সৰ্বোচ্চ ২৯ বছৰ।
অৰ্হতাঃ Institute of Company Secretaries of India (ICSI)ৰ সহযোগী সদস্য হব লাগিব।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১২-০৯-২০২০।
আবেদনৰ নিয়মঃ www.powergridindia.com -> Career Section ->Job opportunities চাওক আৰু অনলাইনযোগে আবেদন জনাওক।
আৰু চাব পাৰেঃ অসম এইডছ নিয়ন্ত্ৰণ সমাজৰ চিকিৎসা বিষয়া-স্বাস্থ্যকৰ্মী নিযুক্তি
Next Story