Begin typing your search above and press return to search.
অসম এইডছ নিয়ন্ত্ৰণ সমাজৰ চিকিৎসা বিষয়া-স্বাস্থ্যকৰ্মী নিযুক্তি
অসম এইডছ নিয়ন্ত্ৰণ সমাজে নিম্নোক্ত পদসমূহত নিযুক্তিৰ বাবে অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে ৷

পদসমূহঃ
অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালতঃ
চিকিৎসা বিষয়া ৷
খালী পদৰ সংখ্যাঃ দুটা ৷
দৰমহাঃ ৫০হেজাৰ টকা ৷
সাক্ষাৎকাৰৰ তাৰিখঃ ১৫-০৯-২০২০৷ পুৱা ১০বজাত ৷
স্থানঃ এ এম চি এইচ ৷
যোৰহাট মেডিকেল কলেজঃ
চিকিত্সকঃ
শিক্ষাগত অৰ্হতাঃ এম বি বি এছ।
নাৰ্ছঃ
খালী পদৰ সংখ্যাঃ এটা ৷
দৰমহাঃ ১৩হেজাৰ টকা ৷
সাক্ষাৎকাৰৰ তাৰিখঃ ১৬-০৯-২০২০ৰ পুৱা ১০বজাত ৷
কেয়াৰ ক'ৰ্ডিনেটৰঃ
খালী পদৰ সংখ্যাঃ এটা ৷
দৰমহাঃ ৬হেজাৰ টকা ৷
সাক্ষাৎকাৰৰ তাৰিখঃ ১৬-০৯-২০২০ৰ পুৱা ১০বজাত ৷
আৰু চাব পাৰেঃ চি আৰ পি এফত বিশেষজ্ঞ চিকিত্সা বিষয়া নিযুক্তি
Next Story