চাকৰি

আই বি পি এছৰ প্ৰবেচনাৰী বিষয়া-মেনেজমেণ্ট ট্ৰেইনী নিযুক্তি

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ১,১৬৭টা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৬-০৮-২০২০।

বয়সৰ সীমাঃ সৰ্বনিম্ন ২০বছৰ আৰু সৰ্বোচ্চ ৩০ বছৰ।

প্ৰাৰ্থী বাছনিঃ অনলাইনত পৰীক্ষা আৰু সাক্ষাতকাৰ।

আবেদনৰ নিয়মঃ অহা ২৬ আগষ্টৰ ভিতৰত https://www.ibps.in-ৰ পৰা আবেদন জনাব পাৰিব।