Begin typing your search above and press return to search.

গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাগিচা বিষয়া নিযুক্তি

গুৱাহাটী বিশ্ববিদ্যালয়ে বাগিচা বিষয়া(Estate Officer) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাগিচা বিষয়া নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2020-08-07T13:20:21+05:30

খালী পদৰ সংখ্যাঃ ১টা।

দৰমহাঃ মাহিলী ৩০ হেজাৰ টকাৰ পৰা ১ লাখ ১০ হেজাৰ টকা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৪-০৮-২০২০।

আবেদনৰ মাচুলঃ ১০০০টকা। অৱশ্যে এছ চি-এছ টি প্ৰাৰ্থীৰ ক্ষেত্ৰত ৫০০টকা।

বয়সৰ সীমাঃ আবেদন গ্ৰহণৰ শেষ তাৰিখত ৩৮বছৰতকৈ অধিক হব নালাগিব। ঠিকনাঃThe Registrar, Gauhati University, Guwahati-14।

আবেদনৰ নিয়মঃ : www.gauhati.ac.in ৱেবছাইটত উপলব্ধ নিৰ্ধাৰিত প্ৰ-পত্ৰৰ জৰিয়তে কৰিব পাৰিব। আনধৰণে কৰা আবেদন গ্ৰহণ কৰা নহব।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক

আৰু চাব পাৰেঃ অসম আৰক্ষীত বিভিন্ন পদত নিযুক্তি

Next Story