চাকৰি

IRCON ইণ্টাৰনেচনেল লিমিটেডত পদখালী

Sentinel Digital Desk

IRCON ইণ্টাৰনেচনেল লিমিটেডত প্ৰবন্ধকৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম : প্ৰবন্ধক (S&T)

খালী পদৰ সংখ্যা : ০৬

বয়স : ৫০বছৰ

নিযুক্তিৰ স্থান : ৰাজস্থান, উত্তৰ প্ৰদেশ, অসম, পশ্চিমবংগ । 

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ০৭/০৯/২০২১

শিক্ষাগত অৰ্হতা : এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰীধাৰী হ'ব লাগিব।

আবেদনৰ প্ৰক্ৰিয়া : ইচ্ছুক প্ৰাৰ্থীয়ে নিজৰ আবেদন পত্ৰ লগতে প্ৰয়োজনীয় নথি পত্ৰৰ সৈতে অহা ০৭ ছেপ্টেম্বৰ ২০২১ তাৰিখে অনুষ্ঠিত হ'বলগীয়া সাক্ষাৎকাৰত উপস্থিত হ'ব লাগিব।

ঠিকনা :

ৰাজস্থান : RE প্ৰকল্প, IRCON, প্লট নং - A-৩৭০, গঙ্গাপথ, বৈশালি নগৰ, জয়পুৰ - ৩০২০২১, ৰাজস্থান।

উত্তৰ প্ৰদেশ : RE প্ৰকল্প, IRCON, বঙলা নং - ১২G, পথ নং - ৩, ৰেলৱে বিষয়া কলনী, ইজ্জত নগৰ, বেৰেলী - ২৪৩১২২, উত্তৰ প্ৰদেশ।

অসম : RE প্ৰকল্প, IRCON, চাব-অৰ্দিনেট বিষয়াৰ অতিথিশালা, তিনিচুকীয়া ৰেলৱে কলনী, ৰামঠাকুৰ আশ্ৰমৰ সমীপত, তিনিচুকীয়া - ৭৮৬১২৫, অসম।

পশ্চিমবংগ : RE প্ৰকল্প, IRCON, মহাবিদ্যালয় পথ, নিউ টাউন ৱাৰ্ড নং ১৯, আলিপুৰদ্বাৰ কৰ্ট, জিলা আলিপুৰদুৱাৰ - ৭৩৬১২২, পশ্চিমবংগ।