চাকৰি

এয়াৰলাইন এলাইড ছাৰ্ভিচেছত পদখালী

Sentinel Digital Desk

পদসমূহঃ

ফাৰ্ষ্ট অফিচাৰ/ ছিনিয়ৰ ফাৰ্ষ্ট অফিচাৰ।

খালী পদৰ সংখ্যাঃ ১৫টা।

দৰমহাঃ মাহিলী ২৫ হেজাৰ টকাৰ পৰা ৩,৩৫০০০ টকা।

নিযুক্তিৰ স্থানঃ সমগ্ৰ ভাৰতত।

আবেদন মাচুলঃ ১৫০০ টকা। অৱশ্যে এছ চি-এছ টি প্ৰাৰ্থীয়ে আবেদন মাচুল দিব নালাগে।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৮-০৯-২০২০।

প্ৰাৰ্থী বাছনিঃ সাক্ষাতকাৰৰ জৰিয়তে।

সবিশেষ জানিবলৈ http://www.airindia.in/writereaddata/Portal/career/829_1_3-Co-Pilot-First-Officer-Sr-FO-Advt.pdf চাওক।