চাকৰি

জামিয়া মিলিয়া ইছলামিয়াত সহকাৰী অধ্যাপকৰ প্ৰয়োজন

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ১৪টা।

নিযুক্তিৰ স্থানঃ নতুন দিল্লী।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২০২০ৰ ৩১ আগষ্টৰ ভিতৰত।

আবেদনৰ নিয়মঃ www.fmi.ac.in চাওক।