Begin typing your search above and press return to search.

দিল্লীৰ এইমছত কনিষ্ঠ আৱাসিক চিকিত্সক নিযুক্তি

সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান(এইমছ)দিল্লীয়ে কনিষ্ঠ আৱাসিক চিকিত্সক(অ-বিদ্যায়তনিক)নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

দিল্লীৰ এইমছত কনিষ্ঠ আৱাসিক চিকিত্সক নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 Aug 2020 1:53 PM GMT

খালী পদৰ সংখ্যাঃ ১৯৪টা।

নিযুক্তিৰ স্থানঃ নতুন দিল্লী।

দৰমহা গাঁথনিঃ মাহিলী ১৫,৬৬টকাৰ পৰা ৫৬,৪০০টকা। গ্ৰেড পে ৫,৪০০টকা।

প্ৰাৰ্থী বাছনিঃ ২০২০ৰ মে'ত এইমছৰ পি জি প্ৰৱেশ পৰীক্ষাত লাভ কৰা ৰেংকিং।

আবেদনৰ নিয়মঃ কেৱল অনলাইন আবেদনহে গ্ৰহণ কৰা হব।

অন্যান্য চৰ্তাৱলী www.aiimsexams.org আৰু www.aiims.edu চাওক। অনলাইন পঞ্জীয়ন website www.aiimsexams.orgত উপলব্ধ হব।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক

আৰু চাব পাৰেঃ কামৰূপৰ জিলা-সত্ৰ ন্যায়াধীশৰ কাৰ্যালয়ত প্ৰশাসনিক বিষয়া নিযুক্তি

Next Story
চাকৰি