চাকৰি

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত গৱেষণা সহযোগীৰ প্ৰয়োজন

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ১টা।

এই নিয়োগ উক্ত বিশ্ববিদ্যালয়ৰ জীৱন বিজ্ঞান(লাইফ ছায়েন্স) বিভাগত হ'ব।

প্ৰাৰ্থী বাছনি লিখিত পৰীক্ষা/সাক্ষাত্কাৰৰ ভিত্তিত হ'ব।

আবেদনঃ সম্পূৰ্ণ ঠিকনা, বায়োডাটা আৰু শৈক্ষিক প্ৰমাণপত্ৰৰ ফটো বা স্কেন কপীসহ supriyachakrasls@yahoo.com এই ঠিকনাত প্ৰেৰণ কৰিব লাগিব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০৫-০৭-২০২০।

সবিশেষ জানিবলৈ https://www.jnu.ac.in/career চাওক।