অসম বিশ্ববিদ্যালয়ত হিন্দী অনুবাদক নিযুক্তি

শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ে হিন্দী অনুবাদক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
অসম বিশ্ববিদ্যালয়ত হিন্দী অনুবাদক নিযুক্তি
Published on: 

খালী পদৰ সংখ্যাঃ ১টা।

দৰমহাঃ মাহিলী ৩৫,৪০০টকা।

বয়সৰ সীমাঃ ১৫জুলাই, ২০২০ত ৩০ বছৰতকৈ অধিক হ'ব নালাগিব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৫-০৭-২০২০।

সবিশেষ জানিবলৈ http://www.aus.ac.in/wp-content/uploads/2020/06/EMPLOYMENT-2-2020.pdfচাওক।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com