চাকৰি

যোৰহাট কলেজত সহকাৰী অধ্যাপক পদৰ নিযুক্তি ২০২০

Sentinel Digital Desk

যোৰহাট কলেজত সহকাৰী অধ্যাপক পদৰ নিযুক্তি ২০২০

যোৰহাট কলেজৰ সহকাৰী অধ্যাপক পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

পদৰ নাম: সহকাৰী অধ্যাপক (শিক্ষা, অসমীয়া, তৰ্কবিজ্ঞান, অৰ্থনিতী)

পদৰ সংখ্যা: ০৫

শিক্ষাগত অৰ্হতা: M.Phil/Ph.D/ NET/SELT/SET উৰ্ত্তীণ হব লাগিব।

বয়স: ৩৮ বয়স পর্যন্ত

কেনেদৰে আবেদন কৰিব: প্ৰাৰ্থীসকলে বাইঅ ডাটা আৰু আবেদন সমূহ ২৫০০/- টকা ডিমান্ড ড্ৰাফ্ট যোগে

Principal, Jorhat College, payable at SBI Main Branch, Jorhat( IFSC code SBIN0000104) ঠিকনাত বিজ্ঞাপন প্ৰকাশনৰ( 20/02/2020) ১৫ দিনৰ ভিতৰত পঠিয়াব লাগিব।

আবেদনৰ শেষ তাৰিখ: ০৭/০৩/২০২০

সবিশেষ জানিবলৈ :Details: click here