চাকৰি

কেন্দ্রীয় বিদ্যালয় এন আই টি, শিলচৰত নিযুক্তি ২০২০

Sentinel Digital Desk

কেন্দ্রীয় বিদ্যালয় এন আই টি, শিলচৰত নিযুক্তি ২০২০

কেন্দ্রীয় বিদ্যালয়,এন আই টি, শিলচৰত পি জি টি, টি জি টি, আৰু অন্য পদ সমূহৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

১/পোষ্ট গ্ৰেজুৱেট টিচাৰ্চ (PGT)

বিষয়: ইংৰাজী, হিন্দী, গণিত, ভূগোল, জীৱ বিজ্ঞান, ৰাসায়ন বিজ্ঞান,কম্পিউটাৰ বিজ্ঞান

সাক্ষাৎকাৰৰ তাৰিখ: ২৫/০২/২০২০

২/ ট্ৰেইনড গ্ৰেজুৱেট টিচাৰ্চ (TGT)

বিষয়: বিজ্ঞান, ইংৰাজী, সমাজ বিজ্ঞান, গণিত, সংস্কৃত, হিন্দী, ।

সাক্ষাৎকাৰৰ তাৰিখ: ২৬/০২/২০২০

৪/ কম্পিউটাৰ প্ৰশিক্ষক

সাক্ষাৎকাৰৰ তাৰিখ: ২৬/০২/২০২০

৩/ প্ৰাথমিক শিক্ষক, নাৰ্চ, কাউন্সেলাৰ, যোগ প্ৰশিক্ষক, নৃত্য প্ৰশিক্ষক

সাক্ষাৎকাৰৰ তাৰিখ: ২৭/০২/২০২০

দৰমহা : Remuneration as per KVS Norms.

বযস: ৬৫ বছৰ পৰ্যন্ত।

কেনেদৰে আবেদন কৰিব: ইচ্ছুক প্ৰাৰ্থী সকলে প্ৰয়োজনীয় নথিপত্ৰ সমূহৰ সৈতে কেন্দ্রীয় বিদ্যালয় এন আই টি, শিলচৰত ৰাতিপুৱা বজাত সাক্ষাৎকাৰৰ দিনা উপস্থিত হব লাগিব।সাক্ষাৎকাৰৰ দিনা TA প্ৰদান কৰা নহব।

ৱা্ক-ইন-ইন্টাৰভিউ: ২৫/০২/২০২০ ৰ পৰা ২৭/০২/২০২০

অধিক জানিবৰ বাবে www.kvnitsilchar.org ৱেবচাইটত চাব পৰিব ।

সবিশেষ জানিবলৈ : click here