চাকৰি

কৃষ্ণ কান্ত সন্দিকৈ ৰাজ্যিক  মুকলি বিশ্ববিদ্যালয়ত নিযুক্তি ২০২০

Sentinel Digital Desk

কৃষ্ণ কান্ত সন্দিকৈ ৰাজ্যিক মুকলি বিশ্ববিদ্যালয়ত নিযুক্তি ২০২০

কৃষ্ণ কান্ত সন্দিকৈ ৰাজ্যিক মুকলি বিশ্ববিদ্যালয়ত ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

পদৰ নাম: য়ং ৰিপোৰ্টাচ কমিউনিকেচন আৰু প্ৰোগেম মেনেজাৰ

পদৰ সংখ্যা: ০১

বয়স: কোনো বয়স সীমা নাই

দৰমহা: Negotiable

শিক্ষাগত অৰ্হতা: পাব্লিক এফেয়েৰচ, পলিটিকেল চাইন্স, চোচিয়েল ৱৰ্ক, জৰ্নেলিজিম মাচ কমিউনিকেচন।

অভিজ্ঞতা: ৫ বছৰীয়া মিডিয়া/এক্সটাৰ্নেল ৰিলেচন, কনটেন ডেভলপমেন্ট / ডেভলপমেন্ট চেক্টৰ , চোচিয়েল মিডিয়া কেম্পেনিং আৰু পাব্লিক এডভোকেচি ত অভিজ্ঞতা থাকিব লাগিব।

বাচনি প্ৰক্ৰিয়া: কৰ্তৃপক্ষই প্ৰাৰ্থীসমূহ বাচনি কৰি উলিওৱা।

ঠিকনা: Registrar Krishna Kanta Handiqui State Open University Patgaon, Rani, Guwahati- 781017, Assam, India

কেনেদৰে আবেদন কৰিব: ইচ্ছুক প্ৰাৰ্থী সকলে আবেদন সমূহ Registrar Krishna Kanta Handiqui State Open University Patgaon, Rani, Guwahati- 781017, Assam, India অথবা registrar@kkhsou.in মেইলত ১২/০২/২০২০ তাৰিখৰ আগত পঠিয়াব লাগিব।

আবেদনৰ শেষ তাৰিখ: ১২/০২/২০২০

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here