আৰ্মি পাব্লিক স্কুল, নাৰেঙ্গী ত  নিযুক্তি ২০২০

আৰ্মি পাব্লিক স্কুল, নাৰেঙ্গী ত  নিযুক্তি ২০২০

আৰ্মি পাব্লিক স্কুল, নাৰেঙ্গী ত নিযুক্তি ২০২০

আৰ্মি পাব্লিক স্কুল, নাৰেঙ্গীৰ কৰ্তৃপক্ষই খালি পদসমূহ পূৰণৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

পদৰ নাম: হেড ক্লাৰ্ক

দৰমহা: Consolidated Pay

অৰ্হতা: এক্স-চাৰ্ভিচমেন ক্লাৰ্ক পদত কৰ্মৰত অভিজ্ঞতা,

৫ ৰ পৰা ১০ বছৰলৈকে অফিচ মেনেজমেন্ট, একাউন্ট হেন্ডেলিং, হেড ক্লাৰ্ক ত কৰ্মৰত অভিজ্ঞতা, কম্পিউটাৰৰ জ্ঞান, এম. এচ অফিচ, কেচ চিভিলিয়ানত স্নাতক,

পদৰ নাম: একাউন্টেট ( ঠিকাভিত্তিক)

দৰমহা : Consolidated Pay

অৰ্হতা: বাণিজ্য বিষয়ত স্নাতক ১৫ বছৰীয়া ডিফেন্স চাৰ্ভিচত ক্লাৰ্ক ৰ অভিজ্ঞতা, প্ৰথমিক আৰ্মি কম্পিউটাৰ এপ্লিকেশনত কোৰ্চ , অবছৰীয়া ডিপ্লোমা কম্পিউটাৰ এপ্লিকেশনত, একাউন্টিং চিষ্টেম, এক্সেল শ্বীট আৰু একাউন্টিং চফ্টওৱেৰ , ৫বছৰীয়া একাউন্টচ ক্লাৰ্ক ডিফেন্স চাৰ্ভিচত অভিজ্ঞতা থাকিব লাগিব।

পদৰ নাম: ইউ ডি চি

দৰমহা: Consolidated Pay

অৰ্হতা: কম্পিউটাৰ লেব টেকনিচিয়ান, বাণিজ্য শাখাত স্নাতক লগতে ১৫ বছৰীয়া এক্স-চাৰ্ভিচমেন ৰ অভিজ্ঞতা, এম এচ অফিচ, টেলি ৰ জ্ঞান, ৫ বছৰীয়া ক্লাৰ্ক আৰু একাউন্স ক্লাৰ্ক ৰ কৰ্মৰত অভিজ্ঞতা।

পদৰ নাম : কম্পিউটাৰ লেব টেকনেচিয়ান

দৰমহা : Consolidated Pay

অৰ্হতা: নূন্যতম শিক্ষাগত অৰ্হতা ১০+২ লগতে এবছৰীয়া কম্পিউটাৰ চাইন্স আৰু হাৰ্ডওৱেৰ পেৰিফেৰেল আৰু নেটৱৰ্কিং।

আবেদনৰ শেষ তাৰিখ: ১৭/০২/২০২০(২:০০ বজা লৈকে)

** লিখিত পৰীক্ষা ২০/০২/২০২০ ত ৰাতিপুৱা ৯:০০ অনুষ্ঠিত হব লিখিত পৰীক্ষাত বাচি উলিওৱা প্ৰাৰ্থীসকলক সাক্ষাৎকাৰ লোৱা হব।

সাক্ষাৎকাৰৰ তাৰিখ : ২২/০২/২০২০

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com