ডিষ্ট্রিক্ট লিগেল চাৰ্ভিচ অথৰিটি, শোণিতপুৰ ত নিযুক্তি ২০২০

ডিষ্ট্রিক্ট লিগেল চাৰ্ভিচ অথৰিটি, শোণিতপুৰ ত নিযুক্তি ২০২০

ডিষ্ট্রিক্ট লিগেল চাৰ্ভিচ অথৰিটি, শোণিতপুৰ ত নিযুক্তি ২০২০

ডিষ্ট্রিক্ট লিগেল চাৰ্ভিচ অথৰিটি,শোণিতপুৰত ঠিকাভিত্তিক কাৰ্যালয় সমন্বয়কৰ পদটিৰবাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

পদৰ নাম:কাৰ্যালয় সমন্বয়কৰ

পদৰ সংখ্যা: ০১

বয়স সীমা: ১৮ ৰ পৰা ৪৩ বছৰ

দৰমহা: ২০,০০০/-টকা প্ৰতি মাহ

শিক্ষাগত অৰ্হতা: বি.এ/ বি. এচ.চি/ বি.কম আৰু ৬মহীয়া কম্পিউটাৰ এম.এচ অফিচ, ইন্টাৰনেট/ই-মেইলত ডিপ্লোমা/ চাৰ্টিফিকেট

আবেদনৰ শেষ তাৰিখ: ১৬/০২/২০২০

বাচনি প্ৰক্ৰিয়া: সাক্ষাৎকাৰ

কেনেদৰে আবেদন কৰিব: প্ৰাৰ্থীসকলে প্ৰয়োজনীয় নথিপত্ৰ, বয়সৰ প্ৰমান পত্ৰ লগতে ৩ খনকৈ পাছপোর্ট ফটো “The Chairman/ District Legal Services Authority, Sonitpur, ADR Building, Tezpur Court Campus, PIN -784001” on or before 16th February 2020ৰ ঠিকানা ত পঠিয়াব লাগিব।

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com