চাকৰি

অসমৰ শ্ৰম বিভাগত ষ্টেনোগ্ৰাফাৰৰ পদখালী

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ০১টা। বয়সৰ সীমাঃ প্ৰাৰ্থীৰ বয়স ১ জানুৱাৰী ২০২০ত ১৮বছৰতকৈ কম আৰু ৩৮ বছৰতকৈ অধিক হব নালাগিব।

দৰমহাঃ ১৪ হেজাৰ টকাৰ পৰা ৬০,৫০০টকা। গ্ৰেড পে ৮,৭০০টকা।

নিযুক্তিৰ স্থানঃ অসম।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১২-০৯-২০২০।

প্ৰাৰ্থী বাছনিঃ লিখিত পৰীক্ষা, কম্পিউটাৰ পৰীক্ষা আদি।

আবেদনৰ নিয়মঃ www.slprbassam.inৰ জৰিয়তে আবেদন জনাব লাগিব।