খালী পদৰ সংখ্যাঃ ০১টা ৷
এই নিযুক্তি ডেপুটেচন ভিত্তিত আৰম্ভণীতে তিনি বছৰৰ বাবে হ'ব । চাকৰিৰ ম্যাদ পাঁচ বছৰ পৰ্যন্ত বৃদ্ধি পাব পাৰে ৷
দৰমহাঃ ৩৭, ৪০০টকাৰ পৰা ৬৭হেজাৰ টকা আৰু ১০হেজাৰ টকাৰ গ্ৰেড পে'।
চাকৰিৰ স্থানঃ নতুন দিল্লী ৷
১০-০৩-২০২১ৰ পৰা চাকৰিত মকৰল কৰা হ'ব ৷
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৭-১০-২০২০৷
বয়সৰ সীমাঃ চাকৰিৰ বিজ্ঞাপন প্ৰকাশৰ দিনা ৫৫বছৰতকৈ অধিক হ'ব নালাগিব ৷
কাৰ্যালয়ৰ ঠিকনাঃ Room No. 528. IWT Section, Ministry of Shipping. Transport Bhawan. 1. Parliament Street. New Delhi —110001 ৷
প্ৰাৰ্থী বাছনিঃ লিখিত পৰীক্ষা/ সাক্ষাতকাৰ ৷
আৰু চাব পাৰেঃ বেংক অৱ ইণ্ডিয়াত বিষয়াৰ পদখালী