বেংক অৱ ইণ্ডিয়াত বিষয়াৰ পদখালী

বেংক অৱ ইণ্ডিয়াই বিভিন্ন পৰ্যায়ৰ বিষয়া নিযুক্তিৰ বাবে অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে ৷
বেংক অৱ ইণ্ডিয়াত বিষয়াৰ পদখালী

আগ্ৰহী প্ৰাৰ্থীয়ে bankofindia.co.inৰ জৰিয়তে আবেদন জনাব পাৰে ৷ অহা ১৬ছেপ্টেম্বৰৰ পৰা ইয়াৰ আবেদনৰ অনলাইন লিংক আৰম্ভ হ'ব।

এই পদসমূহ গ্ৰেড-৪ পৰ্যন্ত আছে।

মুঠ খালী পদৰ সংখ্যা:২১৪টা ৷

অনলাইন আবেদন আৰম্ভ হোৱাৰ তাৰিখঃ ১৬ছেপ্টেম্বৰ, ২০২০৷

বেংকৰ ৱেবছাইট: www.bankofindia.co.in ৷

শিক্ষাগত অৰ্হতাঃ যিকোনো শাখাৰ স্নাতক ৷

বয়সৰ সীমাঃ ন্যূনতম ২১বছৰ আৰু সৰ্বোচ্চ ৩০বছৰ ৷ চৰকাৰী নিয়মানুসৰি বয়সৰ ৰেহাই প্ৰযোজ্য হ'ব।

প্ৰাৰ্থী বাছনিঃ পৰীক্ষা/সাক্ষাৎকাৰৰ ভিত্তিত হ'ব ৷

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩০-০৯-২০২০। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com