চাকৰি

MAHA মেট্ৰোত নিৰ্দেশকৰ খালী পদত নিযুক্তি

Sentinel Digital Desk

MAHA মেট্ৰোৰ বিষয়ে জানক:

মহাৰাষ্ট্ৰ মেট্ৰো ৰেল কৰ্পৰেচন লিমিটেড, ভাৰত চৰকাৰ আৰু মহাৰাষ্ট্ৰ চৰকাৰৰ এক যুটীয়া অভিযান।

সকলো মেট্ৰো ৰেল প্ৰকল্প কিছু বিশেষ আইনী অধিনিয়মৰ অন্তৰ্গত সঞ্চালিত কৰে। সেয়া হৈছে মেট্ৰো ৰেইলৱে অধিনিয়ম ১৯৭৮, মেট্ৰো ৰেইলৱে অধিনিয়ম ২০০২, আৰু ৰেইলৱে অধিনিয়ম ১৯৮৯, আৰু সকলক সময় অনুযায়ী সংশোধিত কৰা যায়।

মহাৰাষ্ট্ৰ মেট্ৰো ৰেল কৰ্পৰেচন লিমিটেডত চাকৰিৰ অধিসূচনা:

মহাৰাষ্ট্ৰ মেট্ৰো ৰেল কৰ্পৰেচন লিমিটেডত শেহতীয়া ভাৱে নিৰ্দেশকৰ খালী পদত নিযুক্তিৰ বাবে ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলৰ পৰা আৱেদন বিচাৰিছে। এই পদত আৱেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী সকলে অন্তিমে তাৰিখৰ পূৰ্বে নিজৰ নিজৰ আৱেদন পত্ৰ প্ৰেৰণ কৰিব লাগিব। 

পদৰ নাম

নিৰ্দেশক (ষ্ট্ৰেটেজিক প্লেনিং)

খালী পদৰ সংখ্যা 

০১

দৰমহা 

 ১,৮০,০০০ - ৩,৪০,০০/- টকা, মাহিলী

পদৰ অৱস্থান 

পুনে, নাছিক, নাগপুৰ - মহাৰাষ্ট্ৰ

বয়স

৪৫ - ৫৭বছৰ

পদৰ ধৰণ 

অস্থায়ী

বাছনি প্ৰক্ৰিয়া 

লিখিত পৰীক্ষা, ব্যক্তিগত সাক্ষাৎকাৰ

অন্তিম তাৰিখ 

১৩ডিচেম্বৰ ২০২১

ৱেবছাইট

mahametro.org

শিক্ষাগত আৰু অন্যান্য অৰ্হতা:

শিক্ষাগত অৰ্হতা:

কোনো চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয় বা বোৰ্ডৰ পৰা ডিগ্ৰী ধাৰী।

অভিজ্ঞতা

• নগৰাঞ্চল ৰেল পৰিবহণ প্ৰকল্পত, প্ৰাসংগিক ক্ষেত্ৰত নূন্যতম ০৫বছৰীয়া অভিজ্ঞতা।

• মেট্ৰো ৰেল প্ৰকল্প/ MMI ত উন্নত আৰোহী হিচাপে অভিজ্ঞ।

• প্ৰাৰ্থীৰ ভাৰতীয়/ বিদেশী বিনিয়োগ বেংক/ ফাইনেনেচিয়াল প্ৰতিষ্ঠান/ আন্তঃ ৰাষ্ট্ৰীয় চৰকাৰী প্ৰতিষ্ঠানত কৰ্ম অভিজ্ঞতা থাকিব লাগিব।

উল্লেখিত নিয়মাৱলী অনুসৰণ কৰক:

• প্ৰথমে অফিচিয়েল ৱেবচাইট mahametro.org লৈ যাওক

• MAHA মেট্ৰো নিযুক্তি বা কেৰিয়াৰত আৱেদন কৰিব লগা পদ বিচাৰক

• নিৰ্দেশক (ষ্ট্ৰেটেজিক প্লেনিঙ) ৰ পদৰ বাবে অফিচিয়েল ৱেবচাইট যোগে উপলবদ্ধ আৱেদন পত্ৰ সংগ্ৰহ কৰক

• আৱেদন পূৰণ কৰাৰ আগেয়ে আৱেদন দাখিলৰ অন্তিম তাৰিখ চেক কৰক

• ভুল নকৰাকৈ আৱেদন পূৰণ কৰক

• যদিহে কোনো ধৰণৰ আৱেদন মাছুল পৰিশোধ কৰিবলৈ উল্লেখ আছে তেন্তে সেইয়া পৰিশোধ কৰক আৰু নিজৰ আৱেদন পত্ৰ উল্লেখিত ঠিকনাত স্বাক্ষৰ যুক্ত প্ৰয়োজনীয় নথি পত্ৰ সংযোগ কৰক

• আৱেদন খনৰ সংখ্যা তথা কোৰিয়াৰ একনলেজমেন্ট নম্বৰ সংগ্ৰহ কৰক

আৱেদন প্ৰক্ৰিয়া:

ইচ্ছুক আৰু উপযুক্ত প্ৰাৰ্থী সকলে নিজৰ আৱেদন পত্ৰ সকলো প্ৰয়োজনীয় নথিপত্ৰ সহ সাধাৰণ সম্পাদক (HR), মহাৰাষ্ট্ৰ মেট্ৰো ৰেল কৰ্পৰেচন লিমিটেড, প্ৰথম ফ্লৰ, দ্য অৰিয়ন বিলডিং, অৰ্জুন মনচুখানি মাৰ্গ, ছেইণ্ট মীৰা মহাবিদ্যালয়ৰ বিপৰীতে, কৰেগাওঁ পাৰ্ক, পুনে - ৪১১০০১