ৰেইলতেল নিযুক্তি AGM, JGM ৰ শেহতীয়া পদ খালী

ৰেইলতেল ভাৰতীয় নিগমত শেহতীয়া ভাৱে ফাইনেন্স বিভাগত AGM আৰু JGM ৰ খালী পদত নিযুক্তিৰ বাবে ইচ্ছুক প্ৰাৰ্থীসকলৰ পৰা আৱেদন বিচাৰিছে।
ৰেইলতেল নিযুক্তি AGM, JGM ৰ শেহতীয়া পদ খালী

ৰেইলতেল এক মিনি ৰত্ন (কেটেগৰী ০১) কেন্দ্ৰীয় ব্যক্তিগত খণ্ড উদ্যোগ। ই হৈছে এক জ্ঞান যোগাযোগ প্ৰযুক্তিবিদ্যাৰ উৎপাদক তথা সৰ্ববৃহৎ টেলিকম আন্তঃ গাঠনি যোগুতা।

ৰেইলতেলৰ স্থাপনা কৰা হৈছিল ২৬ ছেপ্তেম্বৰ ২০০০চনত। এই প্ৰতিষ্ঠানৰ মূল লক্ষ্য আছিল উপলব্ধ টেলিকম প্ৰক্ৰিয়া সমূহ যেনে নিয়ন্ত্ৰণ, অপাৰেশ্যন আদি, যাৰ দ্বাৰা নেচনৱাইড ব্রডবেণ্ড আৰু মাল্টিমিডিয়া নেটৱৰ্ক উৎপাদন কৰি সংযোগী কৰ আদায় কৰা।

ৰেইলতেল ভাৰতীয় নিগমত শেহতীয়া পদ খালী:

ৰেইলতেল ভাৰতীয় নিগমত শেহতীয়া ভাৱে ফাইনেন্স বিভাগত AGM আৰু JGM ৰ খালী পদত নিযুক্তিৰ বাবে ইচ্ছুক তথা ইলোপযুক্ত  প্ৰাৰ্থীসকলৰ পৰা আৱেদন বিচাৰিছে। এই পদত আৱেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী সকলে অন্তিম তাৰিখৰ পূৰ্বে নিজৰ অনেদন পত্ৰ জমা কৰিব লাগিব।

পদৰ নাম

AGM, JGM (ফাইনেন্স)

খালী পদৰ সংখ্যা

০১

দৰমহা 

নিয়মাৱলী অনুসৰি

পদৰ অৱস্থান 

মুম্বাই, মহাৰাষ্ট্ৰ

বয়স 

অধিকতম ৫৬ বছৰ। ১১ ডিচেম্বৰ ২০২১ৰ অনুসৰি

বাছনি প্ৰক্ৰিয়া 

সাক্ষাৎকাৰ

অন্তিম তাৰিখ 

১১ ডিচেম্বৰ ২০২১

ৱেবচাইট

railtelindia.com

শিক্ষাগত অৰ্হতা:

ৰেইলতেলৰ অফিচিয়েল অধিসূচনা অনুযায়ী

উল্লেখিত নিয়মাৱলী অনুসৰণ কৰক:

• প্ৰথমে অফিচিয়েল ৱেবচাইট railtelindia.com লৈ যাওক

• ৰেইলতেল নিযুক্তি বা কেৰিয়াৰত আৱেদন কৰিব লগা পদ বিচাৰক

• AGM, JGM (ফাইনেন্স)ৰ পদৰ বাবে অফিচিয়েল ৱেবচাইট যোগে উপলবদ্ধ আৱেদন পত্ৰ সংগ্ৰহ কৰক

• আৱেদন পূৰণ কৰাৰ আগেয়ে আৱেদন দাখিলৰ অন্তিম তাৰিখ চেক কৰক

• ভুল নকৰাকৈ আৱেদন পূৰণ কৰক

• যদিহে কোনো ধৰণৰ আৱেদন মাছুল পৰিশোধ কৰিবলৈ উল্লেখ আছে তেন্তে সেইয়া পৰিশোধ কৰক আৰু নিজৰ আৱেদন পত্ৰ উল্লেখিত ঠিকনাত স্বাক্ষৰ যুক্ত প্ৰয়োজনীয় নথি পত্ৰ সংযোগ কৰক

• আৱেদন খনৰ সংখ্যা তথা কোৰিয়াৰ একনলেজমেন্ট নম্বৰ সংগ্ৰহ কৰক

আৱেদন প্ৰক্ৰিয়া:

এই পদত আৱেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী সকলে নিৰ্ধাৰিত পাঠ্যৰ ৰূপত নিজৰ আৱেদন পত্ৰ, সকলো প্ৰয়োজনীয় নথি পত্ৰৰ সৈতে কৰ্পৰেট কাৰ্য্যালয়, RCIL, পূব এডৱাই নগৰ, নতুন দিল্লী লৈ প্ৰেৰণ কৰিব লাগিব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com