চাকৰি

মৌলানা আজাদ মেডিকেল কলেজত খালী পদ

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ১টা।

দৰমহাঃ মাহিলী ৭০ হেজাৰ টকা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩০-১১-২০২০।

প্ৰাৰ্থী বাছনিঃ অনলাইন পদ্ধতিত সাক্ষাতকাৰ।

আগ্ৰহী প্ৰাৰ্থীয়ে অহা ১৯ আৰু ২০ আগষ্টত সাক্ষাতকাৰত অৱতীৰ্ণ হব পাৰে।