Begin typing your search above and press return to search.
ভাৰতীয় সেনাত টেকনিকেল এন্ট্ৰী স্কীমত নিযুক্তি
ভাৰতীয় সেনাই টেকনিকেল এণ্ট্ৰী স্কীমত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

খালী পদৰ সংখ্যাঃ ৯০টা।
বয়সৰ সীমাঃ ১৬ বছৰ ৬ মাহৰ পৰা ১৯ বছৰ ৬মাহ।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০৯-০৯-২০২০।
প্ৰাৰ্থী বাছনিঃ সাক্ষাতকাৰ
আগ্ৰহী প্ৰাৰ্থীয়ে www.joinindianarmy.nic.in-ৰ জৰিয়তে আবেদন জনাব পাৰে।
সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।
আৰু চাব পাৰেঃ জিলা স্বাস্থ্য-পৰিয়াল কল্যাণ সমিতিত পদখালী
Next Story