চাকৰি

চিকিত্সা-স্বাস্থ্য নিযুক্তি ব'ৰ্ডৰ চাকৰিৰ আবেদন আহ্বান

অসমৰ চিকিত্সা আৰু স্বাস্থ্য নিযুক্তি ব’ৰ্ডে চিকিত্সা বিষয়া(critical care) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ১৬৯টা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩১ আগষ্ট,২০২০।

নিযুক্তিৰ স্থানঃ অসম।

বয়সৰ সীমাঃ ২০২০ৰ ০১ জানুৱাৰীত ২১ বছৰতকৈ কম আৰু ৩৮বছৰতকৈ অধিক হ'ব নালাগিব।

দৰমহা গাঁথনিঃ মাহিলী ৩০হেজাৰ টকাৰ পৰা ১ লাখ ১০ হেজাৰ টকা।

গ্ৰেড পে ১২,৭০০টকা।

প্ৰাৰ্থী বাছনিঃ মৌখিক সাক্ষাতকাৰ।

আবেদনৰ নিয়মঃ অহা ১০ চেপ্টেম্বৰলৈকে আবেদন গ্ৰহণ কৰা হ'ব।

শিক্ষাগত অৰ্হতাঃ অন্ততঃ এম বি বি এছ।

আবেদন জনোৱাৰ বাবে https://nhm.assam.gov.in.চাওক।