চাকৰি

তেজপুৰত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ বিভিন্ন পদত নিযুক্তিৰ আবেদন আহ্বান

Sentinel Digital Desk

পদসমূহঃ

চকীদাৰ, চাফাই কৰ্মী, নাপিত, ধুবী(ৱাছাৰমেন)

খালী পদৰ সংখ্যাঃ ৩৫টা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৬-০৬-২০২০

নিযুক্তিৰ স্থানঃ তেজপুৰ।

সবিশেষ জানিবলৈ https://www.drdo.gov.in/ চাওক।