চাকৰি

বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ নিযুক্তি ২০২২ - শাখা বিষয়াৰ পদ খালী

Sentinel Digital Desk

বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে শাখা বিষয়া নিযুক্তিৰ বাবে শেহতীয়াভাৱে জাননী প্ৰকাশ কৰিছে। আগ্ৰহী তথা অৰ্হতাসম্পন্ন প্ৰাৰ্থীসকলে আবেদন গ্ৰহণৰ শেষ তাৰিখৰ ভিতৰত পোৱাকৈ আবেদন জনাব পাৰে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ নিযুক্তি ২০২২ঃ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে শাখা বিষয়া নিযুক্তিৰ বাবে জাননী প্ৰকাশ কৰিছে। এই পদসমূহৰ বাবে প্ৰয়োজনীয় অৰ্হতা, খালী পদৰ সংখ্যা, দৰমহা, শিক্ষাগত অৰ্হতা, বয়সৰ সীমা আদিৰ তথ্য তলত উল্লেখ কৰা হৈছে।

পদৰ নাম

শাখা বিষয়া

খালী পদ

২ টা

দৰমহা

নিয়ম অনুসৰি

চাকৰিৰ অৱস্থান

দিল্লী

অন্তিম তাৰিখ

১৮-১১-২০২২

ৱেবছাইটঃ

http://mea.gov.in/

শিক্ষাগত অৰ্হতাঃ এখন স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক হ'ব লাগিব। তদুপৰি কম্পিউটাৰৰ কাম ( এক্সেল/ৱৰ্ড আদি) জানিব লাগিব ।

আবেদনৰ নিয়মঃ

প্ৰাৰ্থীসকলে mea.gov.in-ৰ পৰা আবেদন জনাব লাগিব।

প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াঃ সাক্ষাৎকাৰ।

বৈদেশিক মন্ত্ৰ্যালয়ৰ বিষয়েঃ বৈদেশিক মন্ত্ৰ্যালয়ৰ জৰিয়তে দেশে বিভিন্ন দেশৰ লগত সম্পৰ্ক বৰ্তাই ৰাখে। এজন কেবিনেট মন্ত্ৰীয়ে বৈদেশিক মন্ত্ৰালয়ক নেতৃত্ব দিয়ে। দেশৰ বৈদেশক সচিব ভাৰতীয় বৈদেশিক সেৱাৰ জ্যেষ্ঠ বিষয়া হয়।