চাকৰি

গুৱাহাটীত তথ্য-সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অতিৰিক্ত বিষয়া নিযুক্তি

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ১টা।

দৰমহাঃ মাহিলী ৬৭,৭০০টকাৰ পৰা ২,০৮,৭০০টকা।

বয়সৰ সীমাঃ আবেদন গ্ৰহণৰ শেষ তাৰিখত ৫৬বছৰতকৈ অধিক হব নালাগিব।

নিযুক্তিৰ স্থানঃ গুৱাহাটী।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৪-০৯-২০২০। 

ঠিকনাঃ Under Secretary (Films), Ministry of Information and Broadcasting, A-Wing, Shastri Bhavan, New Delhi-l10001।

আবেদনৰ নিয়মঃ আবেদন পত্ৰৰ সৈতে শিক্ষাগত অৰ্হতা, অভিজ্ঞতা আদিৰ প্ৰমাণপত্ৰৰ কপি প্ৰেৰণ কৰিব লাগিব।

সবিশেষ জানিবলৈ https://mib.gov.in/sites/default/files/RO%20CBFC%20Vacancy%20Circulary%2027th%20July%202020.pdf চাওক।