Begin typing your search above and press return to search.

ই এছ আই চি মেডিকেল কলেজত অধ্যাপক নিযুক্তি

ই এছ আই চি মেডিকেল কলেজে বিভিন্ন পৰ্যায়ৰ অধ্যাপক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

ই এছ আই চি মেডিকেল কলেজত অধ্যাপক নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  30 July 2020 11:18 AM GMT

পদসমূহঃ অধ্যাপক( অধ্যাপক, সহযোগী অধ্যাপক আৰু সহকাৰী অধ্যাপক)

খালী পদৰ সংখ্যাঃ ৩৯ টা।

নিযুক্তিৰ স্থানঃ হায়দৰাবাদ,

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০৭-০৮-২০২০ৰ সন্ধিয়া ৬ বজাৰ পূৰ্বে।

দৰমহাঃ ১,৭৭,০০০টকাৰ পৰা ১,০১,০০০টকা।

আবেদন কেনেদৰে জনাব পাৰিবঃ http://esiccentralapp.com ৱেবছাইটৰ জৰিয়তে আবেদন জনাব পাৰিব।

সবিশেষ জানিবলৈ http://esiccentralapp.com চাওক।

আৰু চাব পাৰেঃৰাষ্ট্ৰীয় ৰসায়ন-সাৰ লিমিটেড (RCFL) ত পদখালী

Next Story
চাকৰি