চাকৰি

এন এন শইকীয়া মহাবিদ্যালয় নিযুক্তি 2020

Sentinel Digital Desk

এন এন শইকীয়া মহাবিদ্যালয় নিযুক্তি 2020

নন্দ নাথ শইকীয়া মহাবিদ্যালয় কতৃপক্ষই বিভিন্ন বিভাগৰ সহকাৰী অধ্যাপক পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিছাৰিছে।

পদৰ নাম- সহকাৰী অধ্যাপক (শিক্ষাতত্ব )

পদৰ সংখ্যা- ০১

বয়স -৩৮

শিক্ষাগত অৰ্হতা- উক্ত বিষয়ত প্ৰাৰ্থীয়ে স্নাতকোত্তৰত ৫৫% নম্বৰৰ সহায়ত উৰ্ত্তীণ হ’ব লাগিব। ( এছ চি/ এছ টি/ পি ডব্লিউ ডিৰ বাবে ৫০% ) লগতে Net/Selt/set ত উৰ্ত্তীণ হ’ব লাগিব।

দৰমহা -৩৭,৪০০ ৰ‌ পৰা ৬৭,০০০

পদৰ নাম-সহকাৰী অধ্যাপক (ইংৰাজী)

পদৰ সংখ্যা- ০2

বয়স -৩৮

শিক্ষাগত অৰ্হতা- উক্ত বিষয়ত প্ৰাৰ্থীয়ে স্নাতকোত্তৰত ৫৫% নম্বৰৰ সহায়ত উৰ্ত্তীণ হ’ব লাগিব। ( এছ চি/ এছ টি/ পি ডব্লিউ ডিৰ বাবে ৫০% ) লগতে Net/Selt/set ত উৰ্ত্তীণ হ’ব লাগিব।

দৰমহা -৩৭,৪০০ ৰ‌ পৰা ৬৭,০০০

পদৰ নাম- সহকাৰী অধ্যাপক (অৰ্থনীতি)

পদৰ সংখ্যা- ০2

বয়স -৩৮

শিক্ষাগত অৰ্হতা- উক্ত বিষয়ত প্ৰাৰ্থীয়ে স্নাতকোত্তৰত ৫৫% নম্বৰৰ সহায়ত উৰ্ত্তীণ হ’ব লাগিব। ( এছ চি/ এছ টি/ পি ডব্লিউ ডিৰ বাবে ৫০% ) লগতে Net/Selt/set ত উৰ্ত্তীণ হ’ব লাগিব।

দৰমহা -৩৭,৪০০ ৰ‌ পৰা ৬৭,০০০

পদৰ নাম- সহকাৰী অধ্যাপক (অসমীয়া)

পদৰ সংখ্যা- ০১

বয়স -৩৮

শিক্ষাগত অৰ্হতা- উক্ত বিষয়ত প্ৰাৰ্থীয়ে স্নাতকোত্তৰত ৫৫% নম্বৰৰ সহায়ত উৰ্ত্তীণ হ’ব লাগিব। ( এছ চি/ এছ টি/ পি ডব্লিউ ডিৰ বাবে ৫০% ) লগতে Net/Selt/set ত উৰ্ত্তীণ হ’ব লাগিব।

দৰমহা -৩৭,৪০০ ৰ‌ পৰা ৬৭,০০০

বাচনি প্ৰক্ৰিয়া- প্ৰাৰ্থী সকলক মহাবিদ্যালয় কতৃপক্ষই তেওঁলোকৰ সাক্ষাৎকাৰৰ ভিত্তিত নিৰ্বাচন কৰিব ।

আবেদন প্ৰক্ৰিয়া- প্ৰাৰ্থীয়ে তেওঁলোকৰ উপযুক্ত নথি পত্ৰ ২০০০ টকাৰ সহায়ত N. N. Saikia College, P.O.Titabar.-785630 Dist. Jorhat, Assam পঠিয়াব লাগিব।

অন্তিম তাৰিখ- ১৯/০৩/২০২০

সৱিশেষ জানিবলৈ: Click Here