Begin typing your search above and press return to search.

আৰ জি বৰুৱা মহাবিদ্যালয় নিযুক্তি ২০২০

আৰ জি বৰুৱা মহাবিদ্যালয় নিযুক্তি ২০২০

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 March 2020 7:36 AM GMT

আৰ জি বৰুৱা মহাবিদ্যালয় নিযুক্তি ২০২০

আৰ জি বৰুৱা মহাবিদ্যালয় কতৃপক্ষই সহকাৰী অধ্যাপক পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিছাৰিছে।

পদৰ নাম- সহকাৰী অধ্যাপক (বাংলা)

পদৰ সংখ্যা- ০১

বয়স -৩৮

শিক্ষাগত অৰ্হতা- উক্ত বিষয়ত প্ৰাৰ্থীয়ে স্নাতকোত্তৰত ৫৫% নম্বৰৰ সহায়ত উৰ্ত্তীণ হ'ব লাগিব। ( এছ চি/ এছ টি/ পি ডব্লিউ ডিৰ বাবে ৫০% ) লগতে Net/Selt/set ত উৰ্ত্তীণ হ'ব লাগিব।

অভিজ্ঞতা- নাই

দৰমহা - ৩৭,৪০০ ৰ‌ পৰা ৬৭,০০০

বাচনি প্ৰক্ৰিয়া- প্ৰাৰ্থী সকলক মহাবিদ্যালয় কতৃপক্ষই তেওঁলোকৰ সাক্ষাৎকাৰৰ ভিত্তিত নিৰ্বাচন কৰিব ।

আবেদন প্ৰক্ৰিয়া- প্ৰাৰ্থীয়ে তেওঁলোকৰ উপযুক্ত নথি পত্ৰ ২০০০ টকাৰ সহায়ত R.G.Baruah College, payable at Guwahati must reach the office of the to the “Principal, R.G.Baruah College Guwahati-781024” পঠিয়াব লাগিব।

অন্তিম তাৰিখ- ২৩/০৩/২০২০

সৱিশেষ জানিবলৈ: Click Here

অন্য খবৰৰ বাবে পঢ়ক: ৱ’মেনচ কলেজ, নিযুক্তি ২০২০

Next Story