ৱ’মেনচ কলেজ, নিযুক্তি ২০২০

ৱ’মেনচ কলেজ, নিযুক্তি ২০২০

ৱ’মেনচ কলেজ, নিযুক্তি ২০২০

ৱ’মেনচ কলেজ, তিনিচুকীয়াত সহকাৰী অধ্যাপকৰ খালি পদ পূৰণৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা কলেজ কৰ্তৃপক্ষই আবেদন বিচাৰিছে।

পদৰ নাম: সহকাৰী অধ্যাপক (ইংৰাজী,সংস্কৃত, ৰাজনীতি বিজ্ঞান)

পদৰ সংখ্যা: ০৩\

শিক্ষাগত অৰ্হতা: UGCৰ অধীনত NET/SELT/SET উৰ্ত্তীণ লাগিব।

বয়স: ৩৮বছৰ

কেনেদৰে আবেদন কৰিব: প্ৰাৰ্থীসকলে আবেদনসমূহৰ সৈতে ২৫০০/- টকা ডিমান্ড ড্ৰাফ্ট যোগে Principal, Women’s College, Tinsukia (payable at Tinsukia) must reach the Principal ঠিকনাত বিজ্ঞাপন প্ৰকাশৰ ১৫ (০২/০৩/২০২০) দিনৰ ভিতৰত পঠিয়াব লাগিব।

আবেদনৰ শেষ তাৰিখ: ১৬/০৩/২০২০

সৱিশেষ জানিবলৈ: click here

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com