চাকৰি

নাবাৰ্ডত বিভিন্ন শাখাৰ প্ৰৱন্ধকৰ পদ খালী

Sentinel Digital Desk

পদসমূহঃ

১) প্ৰকল্প প্ৰৱন্ধক(এপ্লিকেচন মেনেজমেণ্ট) খালী পদৰ সংখ্যাঃ ১টা।

২) ছিনিয়ৰ এনালিষ্ট (ইনফৰমেচন ছিকিউৰিটী অপাৰেচনছ)

খালী পদৰ সংখ্যাঃ ১টা।

৩) ছিনিয়ৰ এনালিষ্ট(নেটৱৰ্ক/SDWAN Operations)

খালী পদৰ সংখ্যাঃ ১টা।

৪) প্ৰকল্প প্ৰৱন্ধক (আই টি- infrastructure services)

খালী পদৰ সংখ্যাঃ ১টা।

৫) Analytics-cum-Chief Data Consultant

আবেদনৰ মাচুলঃ ৮০০টকা। অৱশ্যে এছ চি-এছ টি প্ৰাৰ্থীৰ ক্ষেত্ৰত ৫০টকা।

আবেদনৰ নিয়মঃ কেৱল অনলাইন আবেদনহে গ্ৰহণ কৰা হব। আবেদন জনোৱাৰ বাবে www.nabard.org চাওক।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৩ আগষ্ট, ২০২০।