চাকৰি

নাবাৰ্ডত প্ৰৱন্ধক নিযুক্তিৰ বাবে আবেদন আহ্বান

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ১টা।

বয়সৰ সীমাঃ ৬২বছৰ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৩-০৮-২০২০।

দৰমহাঃ ৩ লাখ টকা।

আবেদনৰ নিয়মঃ নাবাৰ্ডৰ ৱেবছাইট www.nabard.org-ত অহা ২৩ আগষ্টলৈকে আবেদন জনাব পাৰিব।