Begin typing your search above and press return to search.

ব্ৰডকাষ্ট ইঞ্জিনীয়াৰিং লিমিটেডত কনছাল্টিং এডিটৰৰ পদখালী

ব্ৰডকাষ্ট ইঞ্জিনীয়াৰিং কনছালটেণ্টছ ইণ্ডিয়া লিমিটেডে কনছাল্টিং এজিটৰ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

ব্ৰডকাষ্ট ইঞ্জিনীয়াৰিং লিমিটেডত কনছাল্টিং এডিটৰৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 Aug 2020 8:31 AM GMT

খালী পদৰ সংখ্যাঃ ২টা( হিন্দী-ইংৰাজী)।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৫-০৮-২০২০।

দৰমহাঃ কৰ কৰ্তনৰ পাছত ১ লাখ টকা।

আবেদনৰ নিয়মঃ আবেদন জনোৱাৰ বাবে www.becil.com চাওক। কোনো কথা স্পষ্ট হবৰ বাবে at khuswindersingh@becil.com & hrsection@becil.comৰ সৈতে যোগাযোগ কৰিব পাৰে।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক

আৰু চাব পাৰেঃ গৱেষণা কৰ্মী নিয়োগৰ বাবে বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ আবেদন আহ্বান

Next Story
চাকৰি