চাকৰি

ৰাষ্ট্ৰীয় ৰাসায়নিক পৰীক্ষাগাৰত প্ৰকল্প সহকাৰীৰ প্ৰয়োজন

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ৩টা।

বয়সৰ সীমাঃ ৩৫ বছৰ।

নিযুক্তিৰ স্থানঃ পুনে।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৯-০৮-২০২০।

আবেদনৰ নিয়মঃ প্ৰাৰ্থীয়ে অহা ১৯ আগষ্টৰ সন্ধিয়া ৫-৩০ বজাৰ ভিতৰত biohod@ncl.res.inলৈ বায়োডাটা আৰু আবেদন পত্ৰ প্ৰেৰণ কৰিব পাৰিব।