চি আৰ পি এফত ঠিকাভিত্তিক ৰেডিঅ'গ্ৰাফাৰ নিযুক্তি

চি আৰ পি এফে ঠিকাভিত্তিক ৰেডিঅ’গ্ৰাফাৰ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
চি আৰ পি এফত ঠিকাভিত্তিক ৰেডিঅ'গ্ৰাফাৰ নিযুক্তি
Published on: 

খালী পদৰ সংখ্যাঃ ২টা।

বয়সৰ সীমাঃ ৫০ বছৰতকৈ কম।

দৰমহাঃ মাহিলী ২৯,৮৩৫টকা।

নিযুক্তিৰ স্থানঃ জম্মু ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২০-০৮-২০২০।

প্ৰাৰ্থী বাছনিঃ লিখিত পৰীক্ষা আৰু মৌখিক সাক্ষাতকাৰ।

আবেদনৰ নিয়মঃ www.crpf.gov.in চাব পাৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com