খালী পদৰ সংখ্যাঃ ১টা।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৮-০৮-২০২০।
বয়সৰ সীমাঃ নূন্যতম ৩৫ বছৰ আৰু সৰ্বোচ্চ ৬২বছৰ।
দৰমহাঃ মাহিলী ৫ লাখ টকা। স্থায়ী দৰমহাঃ ৩.৭৫লাখ টকা আৰু সালসলনি ঘটিব পৰা দৰমহা ১.২৫লাখ টকা।
প্ৰাৰ্থী বাছনিঃ চূড়ান্ত তালিকা প্ৰস্তুতৰ পাছত সাক্ষাতকাৰ গ্ৰহণ কৰা হ'ব।
আবেদন জনোৱাৰ বাবে NHB-ৰ ৱেবচাইট e www.nhb.org.in-চাওক।